सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য
उदाहरण : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে
पर्यायवाची : উৰি দিয়া, দিয়া
अर्थ : কোনো কাম আদি কৰিবৰ কাৰণে কাৰোবাৰ জিম্মাত দিয়া বা লোৱা
उदाहरण : মালিকে সকলো কাম মোৰ ওপৰত জাপি দিলে
अर्थ : কোনোৱে নিবিচাৰিলেও তেওঁৰ ওপৰত ্দায়িত্ব আদি ্অর্পণ ্কৰা
उदाहरण : তেওঁ ্যোৱাৰ আগতে নিজৰ সকলো কাম মোৰ ওপৰত জাপি থৈ গʼল
पर्यायवाची : থেলি থোৱা
इंस्टॉल करें