सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে
उदाहरण : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল
पर्यायवाची : জুম
अर्थ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
उदाहरण : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
पर्यायवाची : পাল, সমুদায়, সমূহ
अर्थ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
उदाहरण : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
पर्यायवाची : গণ, গোট, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
अर्थ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ
उदाहरण : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে
पर्यायवाची : দল
इंस्टॉल करें