सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু আদিৰ গুণ-দোষ চিনাক্ত কৰিব পৰা ব্যক্তি
उदाहरण : আমাৰ শিক্ষাগুৰু এজন ভাল জহুৰী, তেখেতে কোনো ব্যক্তিৰ আদব-কায়দা চাই তেওঁৰ মহত্ত্বৰ বিষয়ে কʼব পাৰে
अर्थ : যিয়ে ৰত্ন আদিক ভালদৰে পৰীক্ষা কৰে
उदाहरण : এজন ভাল জহুৰী লগত লৈহে ৰত্ন আদি আচল নে নকল চিনিব পাৰি
पर्यायवाची : জহৰী
इंस्टॉल करें