सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ
उदाहरण : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে
पर्यायवाची : কিম্বদন্তি, জনপ্রবাদ, জনৰৱ, প্রবাদ
अर्थ : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি
उदाहरण : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়
पर्यायवाची : জনপ্রবাদ, লোক-কথা, লোকোক্তি
अर्थ : যিটো মানুহৰ মাজত প্রচলিত হৈ আছে
उदाहरण : মোহনে জনশ্রুতিবোৰ বৰ মনোযোগেৰে শুনে
पर्यायवाची : জন-শ্রুতি, লোক-কথা, লোককথা
अर्थ : যিটো কাণ বাগৰি আহিছে
उदाहरण : মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল
पर्यायवाची : কিংবদন্তি, শ্রুতি, শ্রুতি-কথা
इंस्टॉल करें