पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চৰা   ক্ৰিয়া

अर्थ : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা

उदाहरण : সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে

पर्यायवाची : চৰোৱা

अर्थ : স্বৰ তীব্র হোৱা

उदाहरण : গায়িকাৰ স্বৰ বহুত ওপৰত উঠিছে

पर्यायवाची : ওপৰত উঠা

अर्थ : পশুৱে পথাৰ বা খেতি আদিত থকা ঘাঁহ আদি খোৱা কার্য

उदाहरण : গাইজনী পথাৰত চৰি আছে

চৰা   বিশেষণ

अर्थ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়

उदाहरण : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত

पर्यायवाची : উচ্চ, ওখ, ওখ-পাখ, টিং, শিখৰ