सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
उदाहरण : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে
पर्यायवाची : চিন, চিহ্ন, নিচান
अर्थ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
उदाहरण : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
पर्यायवाची : শক্তি
अर्थ : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
उदाहरण : বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়
इंस्टॉल करें