सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
उदाहरण : এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
पर्यायवाची : চকা
अर्थ : মৌমাখি আদিৰ ঘৰ
उदाहरण : এইজোপা গছত মৌমাখিয়ে চাক সাজিছে
पर्यायवाची : মৌচাক
अर्थ : খুটিৰ ওপৰত ঘূৰি থকা যি চক্রত কুমাৰে বাচন তৈয়াৰ কৰে
उदाहरण : কুমাৰে বাচন বনাবৰ বাবে চাকখন ঘূৰালে
इंस्टॉल करें