सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ঘঁ্হা কার্য
उदाहरण : পাথৰ ঘঁ্হা হৈ গʼল
पर्यायवाची : ঘঁহনি
उदाहरण : উষাই পাত্রবোৰৰ পৰা খাদ্যৰ জ্বলি যোৱা অংশক ঘঁহি ্আঁত্্ৰাবলে যত্ন কৰি আছে
पर्यायवाची : মোঁহৰা
अर्थ : ঘর্ষণ ্কৰা
उदाहरण : সাধুবাবাই চন্দনৰ টুকুৰা ঘঁহিছে
अर्थ : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া
उदाहरण : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়
पर्यायवाची : লগোৱা, সনা
अर्थ : কোনো বস্তু আদি হাতেৰে মোহৰা
उदाहरण : গা-ধোৱাৰ সময়ত শৰীৰ হাতেৰে ঘঁ্হে
इंस्टॉल करें