सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাৰ পৰা কিবা লোৱা কার্য
उदाहरण : ৰেখাই মুখ্য অতিথিৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে
पर्यायवाची : লোৱা-
अर्थ : কোনো উজ্জ্বল জ্যোতিপিণ্ডই সূর্য, চন্দ্র্ বা অন্য কোনো উজ্জ্বল পিণ্ডৰ সন্মুখত উপস্থিত হৈ তাক ঢাকি ধৰা অৱস্থা:অমাৱস্যাতহে সূর্যগ্রহণ হয়
उदाहरण :
पर्यायवाची : গ্রাস
अर्थ : নিজৰ কৰা বা গ্রহণ কৰা কার্য
उदाहरण : বিবাহৰ দুবছৰ পিছতো বৰুণে নিজৰ পত্নীক স্বীকাৰ কৰিব নোৱাৰিলে
पर्यायवाची : মঞ্জুৰ, স্বীকাৰ
इंस्टॉल करें