सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ডাঙৰ শ্্ব্দ কৰা কার্য
उदाहरण : মেঘৰ গর্জন আৰু বিজুলীৰ চমকনিৰ সৈতে ভয়ংকৰ বৰষুণ দিছে
पर्यायवाची : গাজনি, ঢেৰেকনি
अर्थ : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
उदाहरण : ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
पर्यायवाची : হুংকাৰ
अर्थ : কোনো হিংস্র জন্তুৱে মতা ডাঙৰ শ্্ব্দ
उदाहरण : বাঘৰ গোজৰ শুনাৰ লগে লগে মানুহৰ মাজত হুৱা-দুৱা লাগিল
पर्यायवाची : গোজৰ
इंस्टॉल करें