सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু ক্রয় কৰা বা তৈয়াৰ কৰাৰ বাবদ লগা ধনৰাশি
उदाहरण : সেই ঘৰটো সাজিবলৈ কিমান খৰচ পৰিব
पर्यायवाची : ব্যয়
अर्थ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে পাৰিশ্রমিক, মূল্য আদিৰ ৰূপত ধন দিয়া বা লগোৱা কার্য
उदाहरण : এই ভৱনটো নি্র্মাণৰ কাৰণে লাখ টকা খৰচ হʼল
इंस्टॉल करें