सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : চলাচল কৰা ঢং
उदाहरण : তুমি এনেকৈ ঢলং-পলং খোজেৰে কিয় গৈ আছে
पर्यायवाची : খোজ-কাটল
अर्थ : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
उदाहरण : তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
पर्यायवाची : কদম
अर्थ : এটা খোজেৰে ঠিক কৰা দূৰত্ব
उदाहरण : মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
अर्थ : কোনো বস্তু কʼত কেনেকৈ আছে সেইয়া চাবৰ কাৰণে বা পাবলৈ বিচাৰ কৰা কার্য
उदाहरण : কলম্বাছে আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল
पर्यायवाची : আৱিষ্কাৰ, সন্ধান
इंस्टॉल करें