सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ঘোঁৰা আৰু সিংহ আদিৰ ডিঙি অংশৰ চুলি
उदाहरण : কেশৰে সিংহৰ সৌন্দর্য বর্ধন কৰে
अर्थ : শীতপ্রধান দেশত হোৱা এবিধ সুগন্ধি ফুলৰ ঠাৰি
उदाहरण : মই কেশৰ দিয়া আইচক্রীম খাই বৰ ভাল পাওঁ
पर्यायवाची : কুমকুম, কেসৰ, জাফৰান
अर्थ : উৎকৃষ্ট সুগন্ধিৰ কাৰণে প্রসিদ্ধ শীতপ্রধান দেশত হোৱা এবিধ গছ যাৰ সৰু-সৰু ঠাৰিৰ পৰা সুগন্ধি নি্র্গত হয়
उदाहरण : কেসৰৰ পৰা পোৱা সুগন্ধি পদার্থৰ ব্যৱহাৰ ধর্ম ্কার্যটো কৰা হয়
पर्यायवाची : কেসৰ
इंस्टॉल करें