सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শুকান ঘাঁহ আদিৰ টুকুৰা
उदाहरण : চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে
पर्यायवाची : খেৰ-কুটা
अर्थ : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট
उदाहरण : মোৰ চকুত কুটা সোমাইছে
अर्थ : খুন্দা বা কুটাৰ কার্য
उदाहरण : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে
पर्यायवाची : খুন্দা, বনা
अर्थ : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য
उदाहरण : মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে
पर्यायवाची : কুটি থকা
अर्थ : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য
उदाहरण : উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে
पर्यायवाची : কুটি খোৱা
अर्थ : কুটি থোৱা
उदाहरण : কুটা মাংসৰ পৰা কেইবা প্রকাৰৰো ব্যঞ্জন তৈয়াৰ কৰিব পাৰি
इंस्टॉल करें