सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পোক-পতঙ্গ আদি মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা ৰাসায়নিক দ্রব্য
उदाहरण : শস্যবোৰ পোক-পতঙ্গৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কীটনাশক ছটিওৱা হৈছে
पर्यायवाची : কীট-নাশক দ্রব্য, কীটনাশক, কীটনাশক দ্রব্য
अर्थ : পোক-পতঙ্গ মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা দ্রব্য বিশেষ
उदाहरण : খেতিয়কজনে পথাৰত কীটনাশক ঔষধ ছটিয়াই আছে
पर्यायवाची : কীটনাশক
इंस्टॉल करें