सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
उदाहरण : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
पर्यायवाची : কাপ
अर्थ : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ
उदाहरण : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে
पर्यायवाची : কাপ, নিজৰি কাপ, পেন, লেখনী
अर्थ : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
उदाहरण : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
पर्यायवाची : লেখনি
इंस्टॉल करें