सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভাঙি চিঙি নষ্ট হোৱা
उदाहरण : কেতিয়াবা সকলোতকৈ ভাল হিচাপে গণ্য কৰা এই প্রাসাদটো সময়ৰ লগে লগে উৱলি গʼল
पर्यायवाची : উৱলি যোৱা, বিধ্বস্ত হোৱা
अर्थ : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
उदाहरण : খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
पर्यायवाची : পঁ্চা
इंस्टॉल करें