सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
उदाहरण : স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
पर्यायवाची : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ
अर्थ : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি
उदाहरण : ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?
पर्यायवाची : সমাৰোহ
अर्थ : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে
उदाहरण :
पर्यायवाची : উছব, মহোৎসৱ, মেলা, সমাৰোহ
इंस्टॉल करें