सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
उदाहरण : উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
पर्यायवाची : উৎকোচ
अर्थ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
उदाहरण : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
पर्यायवाची : পাৰিতোষিক, ভেটি
अर्थ : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য
उदाहरण : চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়
इंस्टॉल करें