अर्थ : উৰিষ্যাৰ অধিবাসী
उदाहरण :
এই ছাত্রাৱাসটোত কেৱল উড়িয়াহে থাকিব পাৰিব
अर्थ : যি লিপিত উড়িয়া ভাষা লিখা হয়
उदाहरण :
লʼৰাটোৱে মন্দিৰৰ ওপৰত উড়িয়াত লিখি থোৱা কথাখিনি পঢ়িবলৈ চেষ্টা চলায় আছে
पर्यायवाची : উড়িয়া লিপি