सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
उदाहरण : তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
पर्यायवाची : ইংৰাজী, ইংৰাজী ভাষা
अर्थ : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ
उदाहरण : আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ
पर्यायवाची : ইংৰাজী
इंस्टॉल करें