सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ ওপৰত অপৰাধৰ অভিযোগ অনা হৈছে
उदाहरण : অভিযুক্ত ব্যক্তিজনক পুলিচে ধৰি লৈ গʼল
पर्यायवाची : অভিযুক্ত
अर्थ : যাৰ ওপৰত অভিযোগ কৰা হৈছে (অপৰাধ)
उदाहरण : তেওঁৰ ওপৰত আৰোপিত অভিযোগ মিছা আছিল
अर्थ : লগোৱা বা জাপি দিয়া
उदाहरण : জীয়েকৰ আৰোপিত কথাত ক্ষুন্ন হৈ তেওঁ আত্মহত্যা কৰিলে
इंस्टॉल करें