सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব
उदाहरण : পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে
पर्यायवाची : দুখ
अर्थ : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ
उदाहरण : মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে
अर्थ : মৰা কার্য
उदाहरण : তেওঁ ্মাৰ সহি সহি ঠেৰেঙা লাগিল
पर्यायवाची : পিতন, প্রহাৰ, মাৰ
अर्थ : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়
उदाहरण : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে
पर्यायवाची : কোব, ঘা, চোট, জখম, প্রহাৰ, মাৰ
इंस्टॉल करें