सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ
उदाहरण : তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে
पर्यायवाची : আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দা, পর্দ্দা
अर्थ : সন্মুখৰ বস্তু দেখা নোপোৱা এক ধৰণৰ বাধা
उदाहरण : ৰামে বালীক গছৰ ্আঁৰৰ ্পৰা মাৰিলে
अर्थ : দুটা বিন্দুৰ মাজত থকা স্থান বা সময়
उदाहरण : কামৰ ফাঁকত তেওঁ ঘৰলৈ গʼল
पर्यायवाची : অন্তৰাল, গেপ, ফাঁক, ব্যৱধান
इंस्टॉल करें