सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
उदाहरण : কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
पर्यायवाची : নমোৱা
अर्थ : ওপৰৰ পৰা তললৈ অহা কার্য
उदाहरण : পাহাৰৰ পৰা অৱৰোহণ কৰাৰ সময়ত সাৱধান হোৱা উচিত
पर्यायवाची : অধোগতি, অধোগমন, অৱৰোহণ, নমা-, নমোৱা-
अर्थ : কোনো বিমান বন্দৰত উৰাজাহাজ নমা এক কার্য
उदाहरण : লʼৰা-ছোৱালীবোৰে ঘৰৰ ছাদৰ পৰা উৰাজাহাজৰ অৱতৰণ চাই আছিল
इंस्टॉल करें