सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি প্রমাণৰ দ্বাৰা সিদ্ধ নহয়
उदाहरण : অপ্রমাণিত অপৰাধৰ শাস্তি আপুনি কেনেকৈ দিব পাৰে!
अर्थ : যিটো প্রমাণ আদিৰ দ্বাৰা প্রতিপন্ন কৰা হোৱা নাই
उदाहरण : অপ্রমাণিত প্রমাণপত্র দিয়াৰ কাৰণে আপোনাৰ আবেদন পত্রখন বিবেচনা কৰিব পৰা নগʼল
पर्यायवाची : অপৰীক্ষিত
इंस्टॉल करें