सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অধিকাৰ, প্রভাৱ আদিত
उदाहरण : শ্যামে মোৰ অধীনত কাম কৰে
अर्थ : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন
उदाहरण : মই এই কামটো কৰিবৰ কাৰণে বাধ্য
पर्यायवाची : পৰবশ, বশীভূত, বাধ্য
अर्थ : যি কাৰোবাৰ বশীভূত হৈ আছে
उदाहरण : ভাৰতবর্ষ বহু বছৰ ধৰি ইংৰাজৰ অধীনত আছিল
अर्थ : যি আনৰ অধীন
उदाहरण : পৰাধীন লোক সজাত বন্দী ভাটৌৰ দৰে হয়
पर्यायवाची : গোলাম, পৰবশ, পৰাধীন
अर्थ : আজ্ঞা, অধিকাৰ আদিত কাৰোবাৰ তলত থাকোঁতা
उदाहरण : নিজৰ অধীনস্থ ্কর্ম্্চাৰীসকলৰ লগত মীৰাই ব্যৱহাৰ নকৰিছিল
पर्यायवाची : অধীনস্থ
इंस्टॉल करें