सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি কাৰোবাৰ অধিকাৰ বা ক্্ব্জাত আছে
उदाहरण : তেখেতে নিজৰ অধিকৃত সম্পত্তিবোৰ দান কৰিব বিচাৰে
अर्थ : যাৰ অধিগ্রহণ কৰা হৈছে
उदाहरण : চৰকাৰে অধিগৃহীত মাটি পুনৰ ঘূৰাই দিবলৈ কʼলে
पर्यायवाची : অধিগৃহীত
अर्थ : যʼত বাস কৰা হয় বা যʼত কোনো থাকে
उदाहरण : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল
पर्यायवाची : অধিবাসী, অধ্যুষিত, আবাসিক, আৱাসিক, বসতিপূর্ণ
इंस्टॉल करें