अर्थ : ৰুমানিয়াৰ অধিবাসী
							उदाहरण : 
							ৰুমানিয়ানসকলে ভাৰতবর্ষৰ লগত ব্যৱসায় বাণিজ্য কৰিব বিচাৰে
							
पर्यायवाची : ৰুমানিয়া বাসী, ৰুমানিয়া-বাসী, ৰুমানিয়াবাসী
अर्थ : ৰুমানিয়াৰ বা ৰুমানিয়াৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							ৰুমানিয়ান খেলুৱৈসকলৰ প্রদর্শন বহুত ভাল আছিল
							
अर्थ : ৰুমানিয়া ভাষাৰ সৈতে সম্বন্ধিত বা ৰুমানিয়া ভাষাৰ
							उदाहरण : 
							ৰুমানিয়ান বাতৰি-কাকতত ইয়াৰ আলোচনা কৰা হৈছিল