अर्थ : পাকিস্তানত প্রচলিত মুদ্রা
							उदाहरण : 
							তেওঁ ব্যৱসায়ীজনক পাকিস্তানী ৰুপীৰ দʼম এটা গটাই দিলে
							
पर्यायवाची : পাকিস্তানী ৰুপী, ৰুপী
अर्थ : ভাৰতত প্রচলিত মুদ্রা
							उदाहरण : 
							ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
							
पर्यायवाची : টকা, ভাৰতীয় টকা, ৰুপী
अर्थ : নেপালত প্রচলিত মুদ্রা
							उदाहरण : 
							তেওঁ দহ আৰু বিশৰ নেপালী ৰুপিয়া দিছিল
							
पर्यायवाची : নেপালীজ ৰুপী
अर्थ : ইণ্ডোনেছিয়াত চলা মুদ্রা
							उदाहरण : 
							দহ হাজাৰ ৰুপিয়াত আমি সম্পূর্ণ ইণ্ডোনেছিয়াৰ ভ্রমণ কৰিলো