अर्थ : কৌশলগত ঢঙেৰে
							उदाहरण : 
							কোনো কাম পদ্ধতিগতভাৱে কৰা উচিত
							
पर्यायवाची : পদ্ধতিগতভাৱে, প্রথানুসাৰে, প্রথানুসৰি, বিধিমতে, যথাবিধি, ৰীতিগতভাৱে
अर्थ : পৰম্পৰা পালন কৰি
							उदाहरण : 
							মোৰ ঘৰত সকলো উৎসৱ পৰম্পৰানুসৰি উদযাপন কৰা হয়
							
पर्यायवाची : দস্তুৰমত, দস্তুৰমতে, পৰম্পৰানুসৰি