अर्थ : জুইৰ ওপৰত ৰাখি গলোৱা বা তৈয়াৰ কৰা কার্য
							उदाहरण : 
							মাংসখিনি ভালদৰে সিজোৱা নাই
							
पर्यायवाची : সিজোৱা
अर्थ : আহাৰ প্রস্তুত কৰা
							उदाहरण : 
							মায়ে সকলোৰে কাৰণে আহাৰ ৰান্ধিছে
							
पर्यायवाची : পকোৱা, পগোৱা, ৰন্ধা-বঢ়া কৰা