अर्थ : ওলাই থকা বা ফুলি অহা কোনো তল বা খণ্ডক ভিতৰলৈ হেঁচি ধৰা
							उदाहरण : 
							ডাক্তৰে হাতৰ ডাঙৰ হৈ অহা ফোঁহাটো চেপি ধৰিলে
							
पर्यायवाची : চেপি ধৰা, হেচুকি ধৰা
अर्थ : কিহবাৰ ওপৰত এনেদৰে জোৰ দিয়া যাতে সেইটো পিছলৈ আঁতৰি যায়
							उदाहरण : 
							কম্পিটাৰ চলাবৰ কাৰণে গুল্লুৱে তাৰ চুইছটো দবালে
							
पर्यायवाची : দবোৱা