अर्थ : কোনো পদার্থৰ ্এটা বা দুয়োটা মূৰ কোনো ফালে প্রবৃত্ত হোৱা
							उदाहरण : 
							বৃদ্ধাৱস্থাত কঁ্কাল হালি পৰে
							
पर्यायवाची : দো খোৱা
अर्थ : উপৰি ভাগৰ কোনো অংশ তলৰফাললৈ নামি অহা
							उदाहरण : 
							ফলেৰে লোমা-লোম দি থকা গছজোপা হালি পৰিল
							
पर्यायवाची : অৱনমিত হোৱা, নমিত হোৱা