अर्थ : কোনো বিশ্ববিদ্যালয়ৰ নিম্নতম ডিগ্রী বা উপাধি
							उदाहरण : 
							মই মুম্বাই বিদ্যাপীঠৰ পৰা স্নাতক কৰিলো
							
अर्थ : যিজনে বিশ্ববিদ্যালয়ৰ নিম্নতম ডিগ্রী বা উপাধি লাভ কৰিবৰ কাৰণে পৰীক্ষা উত্তী্র্ণ হৈছে
							उदाहरण : 
							ধনৰ অভাৱৰ কাৰণে ভালেসংখ্যক স্নাতকে নিজৰ পঢ়াশুনা বন্ধ ৰাখিবলগীয়া হʼল
							
पर्यायवाची : গ্রেজুৱেট
अर्थ : যিজনে কোনো গুৰুৰ গৃহত থাকি বিদ্যাৰ অধ্যয়ন আৰু ব্রহ্মচর্য ব্রত ্পালন কৰিছে
							उदाहरण : 
							স্নাতক জনক সেই বিদ্যাপীঠৰে আচার্য হিচাপে নিযুক্তি দিয়া হৈছে
							
अर्थ : স্নাতকৰ বা স্নাতক সম্বন্ধীয়
							उदाहरण : 
							স্নাতক ডিগ্রীৰ বাবে আপুনি আবেদন কৰিব পাৰে  এই বিশ্ববিদ্যালয়ত স্নাতক পর্যায়ত এটা অনিবার্য ্ভাষা শিক্ষণৰ ব্যৱস্থা আছে