अर्थ : যুদ্ধৰ কাৰণে প্রশিক্ষিত আৰু অস্ত্র-শস্ত্রৰে সজ্জিত সৈনিক বা চিপাহীৰ গোট
							उदाहरण : 
							ভাৰতীয় সেনাবাহিনীয়ে শত্রুৰ শৃংখলা ছেদেলি-ভেদেলি কৰি দিলে
							
पर्यायवाची : ফৌজ, সেনা, সেনাদল, সেনানী, সেনাবাহিনী
अर्थ : সেনাৰ সমূহ
							उदाहरण : 
							আলেকজেণ্ডাৰৰ পিছত ্তেওঁৰ দক্ষ সেনাবাহিনী গৈ আছে
							
पर्यायवाची : সেনাদল, সেনাবাহিনী