अर्थ : যি বাতৰি বা খবৰ শুনি আনন্দ পোৱা যায়
							उदाहरण : 
							গজাননৰ বিয়াৰ সুখবৰ শুনি ্সহকর্মীসকল আনন্দত অধীৰ হৈ পৰিল
							
अर्थ : শুভ বা ভাল বাতৰি
							उदाहरण : 
							তেওঁ পুত্র লাভৰ সু-খবৰ পালে
							
पर्यायवाची : শুভ বার্তা, শুভ সমাচাৰ, সু-খবৰ