अर्थ : সিন্ধু প্রদেশৰ অধিবাসী
							उदाहरण : 
							এই নগৰখনৰ অর্থব্যৱস্থাত সিন্ধীসকলৰ বহুত ডাঙৰ অৱদান আছে
							
अर्थ : সিন্ধুৰ ভাষা
							उदाहरण : 
							ৰাজ্য চৰকাৰ সিন্ধী আৰু ্উর্দুৰ বিকাশৰ কাৰণে সচেতন
							
पर्यायवाची : সিন্ধী ভাষা, সিন্ধী-ভাষা
अर्थ : সিন্ধু প্রদেশত বসতি কৰোতা
							उदाहरण : 
							উল্হাস নগৰত থকা সিন্ধী লোকৰ ইউ এছ এ নামৰ এটা সংগঠন আছে
							
पर्यायवाची : সিন্ধী বাসী, সিন্ধীবাসী
अर्थ : সিন্ধী ভাষাৰ সৈতে সম্বন্ধিত বা সিন্ধী ভাষাৰ
							उदाहरण : 
							তেওঁ নিজৰ সিন্ধী গ্রন্থৰ ইংৰাজীলৈ অনুবাদ কৰি আছে