अर्थ : ছটিয়াই দিয়া অৱস্থা বা ভাব
							उदाहरण : 
							খেতি পথাৰত বীজ সিঁচা ভালদৰে কৰিব লাগে
							
अर्थ : কোনো তৰল পদার্থ ছটিওৱা কার্য
							उदाहरण : 
							ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
							
पर्यायवाची : ছটিওৱা
अर्थ : চাৰিওফালে প্রসাৰিত কৰা
							उदाहरण : 
							খেতিয়কজনে পথাৰত বীজ সিঁচি আছে
							
पर्यायवाची : সিঁচি দিয়া, সিঁচৰতি কৰা
अर्थ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
							उदाहरण : 
							খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
							
पर्यायवाची : গুটি ছটিওৱা, গুটি সিঁচা, ছটিওৱা