अर्थ : যি তত্ত্ব পৰমাণুতকৈ কম জটিল হয়
							उदाहरण : 
							অনু যোগ হৈ মূল তত্ত্ব তৈয়াৰ হয়
							
पर्यायवाची : মূল তত্ত্ব
अर्थ : কোনো পদার্থ আদিৰ বাস্তৱিক বা প্রধান অংশ
							उदाहरण : 
							এই অধ্যায়টোৰ সাৰ এইটোৱেই যে আমি সদায় সঁ্চা কথা কোৱা উচিত
							
पर्यायवाची : তত্ত্ব, শ্রেষ্ঠাংশ, সাৰ, সাৰ বস্তু