अर्थ : কাৰোবাক দুই বাহুৰে মেৰাই ধৰা কার্য
							उदाहरण : 
							জীয়েকে প্রণাম কৰোতেই দেউতাকে তাইক আঁকোৱালি লʼলে
							
पर्यायवाची : আঁকোৱালি লোৱা, আলিংগন কৰা, আলিঙ্গন কৰা, গবামাৰি ধৰা
अर्थ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
							उदाहरण : 
							শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে  শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
							
पर्यायवाची : আঠা লগা, লগ লগা, লাগি ধৰা, লিপিট খোৱা