अर्थ : কাৰোবাৰ কাম আদিত এনেধৰণে যোগ দিয়া কার্য ্যাৰ কাৰণে সেই কাম সোনকালে আৰু ভালদৰে হয়
							उदाहरण : 
							এই কামটো কৰাত তেওঁ ্মোক সহযোগ কৰিলে
							
पर्यायवाची : সহায়তা
अर्थ : এজনতকৈ অধিক ব্যক্তি একেলগ হৈ কোনো কাম কৰা কার্য ্বা ভাব
							उदाहरण : 
							চাৰিখন দেশৰ সহযোগত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে
							
पर्यायवाची : সহযোগিতা