अर्थ : কোনো বাতৰি কাকত অথবা কিতাপৰ ক্রমসূচী আদিৰ পৰা ধৰি ইয়াক সকলো প্রকাৰে ঠিক-ঠাক কৰি প্রকাশিত কৰা বিশেষ দায়িত্বসম্পন্ন ব্যক্তি
							उदाहरण : 
							পষেকীয়া আলোচনী প্রান্তিকৰ সম্পাদক শ্রীপ্রদীপ বৰুৱা
							
अर्थ : মালিক বা কোনো সংস্থাৰ কিতাপ-পত্র বা লেখা-মেলা সম্বন্ধীয় কার্যৰ সহায়ক
							उदाहरण : 
							মোহনক এই উপসমিতিখনৰ সম্পাদক কৰা হʼল
							
पर्यायवाची : সচিব