अर्थ : কোনো প্রথা বা নিয়মৰ অন্ত হোৱা
							उदाहरण : 
							বর্ত্্মান সমাজৰ পৰা সতীদাহ প্রথা সম্পূর্ণৰূপে শেষ হʼল
							
पर्यायवाची : নির্মূল ্হোৱা, শেষ হোৱা
अर्थ : কোনো কার্য আদি পূর্ণ ্হোৱা
							उदाहरण : 
							ছোৱালীজনীৰ বিয়াখন ভালদৰেই অন্ত পৰিল
							
पर्यायवाची : অন্ত পৰা