अर्थ : মুছলমান, খ্রীষ্টান আদি সম্প্রদায়ৰ মৃতকৰ মৰিশালিৰ ওপৰত ওখকৈ সজোৱা ঠাই বিশেষ
							उदाहरण : 
							তেওঁ ্সদায় সন্ধিয়া নিজৰ মাকৰ সমাধিত মমবাতি জ্বলায়
							
पर्यायवाची : কবৰ, সমাধিস্তম্ভ
अर्थ : যি ঠাইত বিশেষভাৱে প্রসিদ্ধ কোনো ব্যক্তিৰ মৃত শৰীৰ বা অস্থি আদি পুতি ৰখা হয়
							उदाहरण : 
							ৰাজঘাটত গান্ধীজীৰ সমাধি আছে