अर्थ : শুই থাকোতে দেখা পোৱা মানসিক দৃশ্যপট বা ঘটনা:তেওঁ ্ সদায় ৰাতি সপোন দেখে
							उदाहरण : 
							
							
पर्यायवाची : স্বপ্ন
अर्थ : উচ্চ হোৱাৰ আকাংক্ষা বা ভাব
							उदाहरण : 
							তেওঁ নিজৰ উচ্চাকাংক্ষা পূৰণ কৰিবৰ কাৰণে দেহে-কেহে পৰিশ্রম কৰি আছে
							
पर्यायवाची : উচ্চাকাংক্ষা, উচ্চাকাঙ্খা, উচ্চাভিলাষ, উচ্চাশা