अर्थ : সভাত উপস্থিত বহুতো লোক, দর্শকৰ সমূহ
							उदाहरण : 
							সদন নৃত্যপটীয়সীৰ নৃত্য উপভোগ কৰাত মগ্ন হৈ আছিল
							
अर्थ : কোনো বিষয় আদিৰওপৰত বিচাৰ-বিবেচনা কৰা বা নিয়ম, বিধান আদি তৈয়াৰ কৰাৰ কাৰণে হোৱা সভা বা তাত উপস্থিত হোৱা লোকৰ সমূহ
							उदाहरण : 
							সদনে আজি এই বিধেয়কখন গৃহীত কৰাৰ সম্ভাৱনা আছে
							
अर्थ : যি ঠাইত কোনো বিষয়ৰ বিচাৰ কৰা অথবা নিয়ম, বিধান আদি তৈয়াৰ কৰাৰ বাবে সভা বা অধিৱেশন অনুষ্ঠিত কৰা হয়
							उदाहरण : 
							মন্ত্রী মহোদয়ে সদনত এইমাত্র প্রৱেশ কৰিছে
							
अर्थ : যি ভৱনত বহুতো লোক দর্শক-্শ্রোতাৰ ৰূপত উপস্থিত হʼব পাৰে
							उदाहरण : 
							নাট্য সদন দর্শকেৰে ভৰি আছিল