अर्थ : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
							उदाहरण : 
							ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
							
पर्यायवाची : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, সুনিশ্চিত
अर्थ : একেবাৰে ঠিক বা উচিত
							उदाहरण : 
							ৰমনে তৎক্ষণাত প্রশ্নৰ সঠিক উত্তৰ দিলে
							
अर्थ : যিটো নৈতিকতাৰে ভৰি আছে
							उदाहरण : 
							আমি উচিত কাম কৰা উচিত
							
पर्यायवाची : উচিত, নীতিপূর্ণ, নৈতিক, নৈতিকতাপূর্ণ
अर्थ : যিটো নি্র্ধাৰিত বা নিশ্চিত
							उदाहरण : 
							মই নিশ্চিত ঠাইত উপস্থিত হʼম
							
पर्यायवाची : ঠিক, নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত