अर्थ : যিজনে কোনো বস্তু আদিৰ সংগ্রহ কৰে
							उदाहरण : 
							দুর্লভ বস্তু আদিৰ সংগ্রহ কৰিবৰ কাৰণে সংগ্রহকাৰীসকলে বহু কষ্ট কৰিবলগীয়া হয়
							
पर्यायवाची : মজুতকাৰী
अर्थ : সংগ্রহ কৰোঁতা
							उदाहरण : 
							বিষয়াবর্গই শস্য সংগ্রহকাৰী বেপাৰীৰ গোদাম ঘৰৰ তালাচী চলালে
							
पर्यायवाची : মজুতকাৰী