अर्थ : সঞ্চিত বা একত্রিত কৰা
							उदाहरण : 
							তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
							
पर्यायवाची : একত্রিত কৰা, গোটোৱা, জমা কৰা, সঞ্চিত কৰা
अर्थ : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
							उदाहरण : 
							তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
							
पर्यायवाची : আদায় কৰা